ইতিহাসত আজি : ৬ ডিচেম্বৰ

0
35

• আজি ভাৰতত সমন্বয় দিৱস।
• আজি স্পেইনৰ সংবিধান দিৱস।
• আজি ফিণলেণ্ডৰ স্বাধীনতা দিৱস।
• ১৭৩২ চনত নভাৰতত ইংৰাজ চৰকাৰৰ প্ৰথম গৱৰ্নৰ জেনেৰেল ৱাৰেন হেষ্টিংছৰ জন্ম।
• ১৮৭৭ চনত নবিশ্ব বিখ্যাত কাকত Washington Post ৰ প্ৰথম সংখ্যা প্ৰকাশ৷
• ১৯১৭ চনত নৰাছিয়াৰ পৰা ফিনলেণ্ড স্বাধীন।
• ১৯২৯ চনত তুৰস্কত মহিলাৰ ভোটাধিকাৰ লাভ৷
• ১৯৫৬ চনত নভাৰতৰ সংবিধান খচৰা সমিতিৰ সভাপতি তথা ভাৰতৰ প্ৰথম আইন আৰু ন্যায় মন্ত্ৰী ডঃ ভীমৰাও ৰামজী আম্বেদকাৰৰ মৃত্যু।
• ১৯৭১ চনত নৱগঠিত বাংলাদেশক ভাৰতৰ স্বীকৃতি৷
• ১৯৮৫ চনত নক্ৰিকেটাৰ আৰ পি সিঙৰ জন্ম।
• ১৯৯২ চনত নহিন্দু মৌলবাদীৰ দ্বাৰা উত্তৰ প্ৰদেশৰ অযোদ্যাত বাবৰি মছজিদ ধ্বংস। সাম্পদায়িক সংঘৰ্ষত ১১৫০ চনত নজন নিহত আৰম্ভ ৫০০০ অধিক আহত। কল্যাণ সিং নেতৃত্বাধীন বি জে পি চৰকাৰ ভংগ আৰু ৰাষ্ট্ৰপতি শাসন জাৰী।

মন্তব্য দিয়ক