ইতিহাসত আজি : ৭ ডিচেম্বৰ

0
13

• আজি ভাৰতত সেনা বাহিনীৰ পতাকা দিৱস।
• আজি ইৰাণত ছাত্ৰ – ছাত্ৰীৰ দিৱস।
• ১৭৮২ চনত মহীশূৰৰ চুলতান হাইদৰ আলীৰ মৃত্যু ।তেওৰ পুত্ৰ টিপু চুলতান নতুন চুলতানৰ আসন গ্ৰহণ।
• ১৮৫৬ চনত ভাৰতত চৰকাৰীভাৱে বিধৱা বিবাহ আৰম্ভ।
• ১৮৯৭ চনত প্ৰথম ভাৰতীয় গৱৰ্ণৰ জেনেৰেল চক্ৰৱৰ্তী ৰাজা গোপালচাৰীৰ জন্ম।
• ১৮৯৮ চনত বিখ্যাত কবি , নাট্যকাৰ প্ৰসন্নলাল চৌধুৰীৰ জন্ম।
• ১৯০৬ চনত বিখ্যাত সাহিত্যিক যঞ্জেশ্বৰ শৰ্ম্মাৰ জন্ম।
• ১৯১৭ চনত অষ্ট্ৰিয়াৰ বিৰুদ্ধে আমেৰিকাৰ যুদ্ধ ঘোষণা।
• ১৯২১ চনত আয়াৰলেণ্ড আৰু ব্ৰিটেইনৰ শান্তিচুক্তিৰ ফলত আয়াৰলেণ্ডৰ স্বাধীনতা লাভ।
• ১৯৩২ চনত বিখ্যাত সাহিত্যিক, সাংবাদিক হোমেন বৰগোহাঞিৰ জন্ম।
• ১৯৯২ চনত অযোধ্যা কাণ্ডৰ বাবে লোকসভাৰ বিৰোধী দলপতিৰ পৰা এল কে আদৱানীৰ পদত্যাগ।
• ২০০৪ চনত আফগানিস্তানৰ প্ৰথম গৰাকী নিৰ্বাচিত ৰাষ্ট্ৰপতি হিচাবে হামিদ কাৰজাইৰ শপত গ্ৰহণ।

মন্তব্য দিয়ক