ড’নাল্ড ট্রাম্পৰ পিচতে টুইটাৰত অভিলেখ নৰেন্দ্ৰ মোডীৰ

0
27

নতুন দিল্লী : মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পৰ পিচতে টুইটাৰত আটাইতকৈ বেছি অনুগামী থকা ৰাজনৈতিক নেতা হিচাপে পৰিগণিত হৈছে প্রধানমন্ত্রী নৰেন্দ্ৰ মোডী৷ টুইটাৰে প্রকাশ কৰা ইয়াৰ বার্ষিক প্রতিবেদনৰ মতে ট্রাম্পৰ অনুগামীৰ সংখ্যা হ’ল ৪৪.১ নিযুত। প্রধানমন্ত্রীৰ মোডীৰ অনুগামীৰ সংখ্যা হ’ল ৩৭.৫ নিযুত। চলিত বৰ্ষৰ আটাইতকৈ বেছি টুইট কৰা বিশ্ব নেতাৰ তালিকাত তৃতীয় স্থানত আছে ভেনিজুৱেলাৰ ৰাষ্ট্রপতি নিক’লাছ মাদুৰাে।

মন্তব্য দিয়ক